দেশৰ প্ৰখ্যাত ইতিহাসবিদ-লেখক বাবাচাহেব পুৰন্দৰেৰ দেহাৱসান

 11/15/2021 - 13:27
 
 
নিউজ ডেস্কঃ দেশৰ প্ৰখ্যাত ইতিহাসবিদ-লেখক বাবাচাহেব পুৰন্দৰেৰ দেহাৱসান। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৯৯ বছৰ আছিল। পুনেৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। ৰাজ্যিক মৰ্যদাৰে তেওঁৰ শেষকৃত কৰিব মহাৰাষ্ট্ৰ চৰকাৰে। পদ্মবিভূষণ সন্মান বিজয়ী ইতিহাসবিদগৰাকীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।