হৃদয়বিদাৰকঃ ভয়ংকৰ দুৰ্ঘটনাত সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ ৫ সদস্যৰ মৃত্যু

 11/16/2021 - 19:14
 
 
নিউজ ডেস্কঃ হৃদয়বিদাৰক ঘটনা৷ পাটনাত আত্মীয়ৰ শেষকৃত্য অনুষ্ঠানত অংশ লৈ ওভতাৰ সময়তে অঘটন৷ ভয়ংকৰ দুৰ্ঘটনাত সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ ৫ সদস্যৰ মৃত্যু৷ এখন ট্ৰাক আৰু ছুম বাহনৰ মাজত সংঘৰ্ষৰ ফলত বাহনত থকা ১০ যাত্ৰীৰ ৬ জনৰ মৃত্যু৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।