ঈদত স্থগিত থাকিব এনআৰচিৰ শুনানি

 06/04/2019 - 12:27

ডিজিটেল ডেস্কঃ ঈদৰ দিনা অনুষ্ঠিত নহয় এন আৰ চিৰ শুনানি।

৫ জুনত এন আৰ চিৰ শুনানিক লৈ সৃষ্টি হৈছিল বিতৰ্ক। ঈদৰ দিনা বাতিল কৰা হৈছে এন আৰ চিৰ শুনানি প্ৰক্ৰিয়া।

এন আৰ চি কৰ্তৃপক্ষৰ ফালৰ পৰা স্পষ্ট কৰা হৈছে এই কথা।ভুৱা প্ৰচাৰত গুৰুত্ব নিদিয়াৰ আহ্বান কৰ্তৃপক্ষৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।