11/21/2021 - 16:19
in
লক্ষীপুৰঃ গ্ৰাম্য অঞ্চলত ভেকচিন নোলোৱা লোকৰ বাবে অসম চৰকাৰে ঘৰ ঘৰ দোস্তক ৰ জৰিয়তে ভেকচিন লবলৈ আহ্বান। তেনে ক্ষেত্ৰত ধুবুৰী জিলাৰ দক্ষিন পাৰৰ জলেশ্বৰ সমষ্টিৰ আইৰকাটা হেল্থ আৰু উৱেল্থনেছ কেন্দ্ৰৰ স্বাস্থ্যকৰ্মী আশা কৰ্মীসকলে যিসকল প্ৰাপ্তবয়স্ক লোক ক’ভিড ভেকচিন নোলোৱাকৈ আছে তেওঁলোকক ভেকচিন গ্ৰহণ কৰিবলৈ অভিনৱ পন্থাৰে অভিযান চলোৱা পৰিলক্ষিত হৈছে। চৰ অঞ্চল আৰু গঞা ৰাইজক আকৰ্ষণ কৰাৰ বাবে আজি এনেদৰে ঘৰে ঘৰে গৈ ভেকচিন লৱলৈ আহ্বান জনোৱা পৰিলক্ষিত হৈছে।