নিয়ম ৰক্ষাৰ খেলত আজি ভাৰতৰ মুখামুখি নিউজিলেণ্ড

 11/21/2021 - 17:30
 
 
নিউজ ডেস্কঃ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলি থকা ৩ খনীয়া টি ২০ ক্ৰিকেট চিৰিজৰ তৃতীয় তথা অন্তিমখন মেচ আজি কলকাতাৰ ইডেন গাৰ্ডেনত সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হব। ইডেন গাৰ্ডেনত ক্লীন ছুইপৰ লক্ষ্য টীম ইণ্ডিয়াৰ। প্ৰথম দুয়োখন মেচতে জয়লাভ কৰি ভাৰতে ইতিমধ্যে শৃংখলা দখল কৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।