11/26/2021 - 16:46
in
নিউজ ডেস্কঃ ৰাজভৱনত মহামানৱ মহাত্মা গান্ধীক চৰম অপমান। ১৫০ সংখ্যক জন্মজয়ন্তী উদযাপন কৰিছিল। আৰু উদযাপন কৰা সেই ফলক এতিয়া পৰি ৰৈছে ৰাজভৱনৰ দৰবাৰ হলৰ বাথৰুমত৷ ৰাজভৱনৰ বাথৰুমত গান্ধীৰ ফটো পৰি থকা বিষয়টোক এতিয়া বহুতে সহজভাবে ল'ব পৰা নাই। ফলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি।