নলবাৰী লিটল ফ্লাৱাৰ্চ স্কুলৰ শিক্ষয়িত্ৰীৰ দেহত ক’ভিড-১৯ পজিটিভ

 11/27/2021 - 13:41
 
 
নিউজ ডেস্কঃ নলবাৰী লিটল ফ্লাৱাৰ্চ স্কুলত কৰ’ণা। এগৰাকী শিক্ষয়িত্ৰীৰ দেহত ধৰা পৰিছে কৰ’ণা৷ ২৭ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ বন্ধ থাকিব বিদ্যালয়। বিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰিলে জাননী কবিতা শৰ্মা নামৰ এগৰাকী শিক্ষয়িত্ৰীৰ দেহত ধৰা পৰিছে কৰ’ণা।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।