যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদ

 11/27/2021 - 16:40
 
 
 
যোৰহাটঃ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদ। চিকিৎসকে বৰ্জন কৰিছে OPD সেৱা। সংবাদ মাধ্যমক জানিবলৈ দিয়ামতে Net Pg council পৰীক্ষা জানুৱাৰী মাহতেই অনুষ্ঠিত হ’ব লাগিছিল যদিও বৰ্তমানলৈকে অনুষ্ঠিত নহ’ল। কনিষ্ঠ চিকিৎসক সকলে চিকিৎসক মানসিক আৰু শাৰীৰিক কষ্ট দিয়া কথাও উল্লেখ কৰিছে। চৰকাৰে এই বিষয়ৰ উপৰত উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে বৰ্জন থাকিব স্বাস্থ্য সেৱা।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।