কামপুৰৰ বগলাজানত পথ দুৰ্ঘটনাঃ গুৰুতৰভাৱে আহত ১

 11/27/2021 - 16:58
 
 
কামপুৰঃ কামপুৰৰ বগলাজানত পথ দুৰ্ঘটনা। ৰাস চাবলৈ যোৱা যুৱকক মহতীয়ালে ইটা কঢ়িওৱা ট্ৰাকে। গুৰুতৰভাৱে আহত কামপুৰ তেতেলিসৰাৰ হেমন্ত দাস। সংকটজনক অৱস্থাত হেমন্তক স্থানীয়লোকে প্ৰেৰণ কৰে চিকিৎসালয়লৈ। দুৰ্ঘটনাত সংঘটিত কৰা ট্ৰাকখন আৰু চালকক আবদ্ধ কৰে স্থানীয়লোকে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।