by PratibimbaLive 11/30/2021 - 16:05 in ৰাজ্য 0 Comment গোলাঘাটঃ পুৱাই অনিমেশৰ বাসগৃহত উপস্থিত মন্ত্ৰী ৰনোজ পেগু৷ ফাষ্টট্ৰেক আদালতত চলিব এই বিচাৰ৷ ১৫ দিনৰ ভিতৰত আৰক্ষীক চাৰ্শ্বিট দিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷ ৰূপজ্যোতি কুৰ্মীও উপস্থিত বাসগৃহত৷ প্ৰতিবিম্ব লাইভ 'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।