11/30/2021 - 19:31
in
বকোঃ ৰাইজৰ মাটি বাৰীৰ বিভিন্ন সমস্যাৰ সমাধানৰ বাবে চৰকাৰে মিছন বসুন্ধৰাৰ (মোৰ মাতি মোৰ অধিকাৰ) নামে এক বিশেষ ব্যৱস্থা ৰূপায়ণ কৰিছে। আৰু ৰাইজক সজাগ কৰাৰ উদ্দেশে এক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজ বৰুৱা ৰ সহযোগত আৰু জিলমিল ডাণ্স এণ্ড এক্টিং ফ্লোৰৰ শিল্পীৰ দ্বাৰা মনোজ মনৰ পৰিচালনাৰে বকো হাহিম বজাৰ, অসম মেঘালয় সীমান্ত গামেৰীমূৰা, তিনিআলি, শিংৰাত মিছন বসুন্ধৰাৰ নাট প্ৰদৰ্শন কৰে দলটোৱে।