12/04/2021 - 12:44
in
নিউজ ডেস্কঃ অসমৰ লাখ লাখ দৰিদ্ৰ পৰিয়াললৈ বিদ্যুৎ মাচুল ৰেহাই। কেবিনেটত সিদ্ধান্ত। দৰিদ্ৰ পৰিয়াললৈ বিদ্যুৎ মাচুল ৰেহাই দিব হিমন্ত চৰকাৰে প্ৰায় ১২ লাখ BPL পৰিয়াল ৪৫ লাখৰো অধিক কম বেতনৰ ঘৰুৱা গ্ৰাহকলৈ সকাহ৷