12/04/2021 - 14:19
in
নিউজ ডেস্কঃ আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে, নামনি অসমৰ অন্যতম শ্রেষ্ঠ দ্বীনি শিক্ষা কেন্দ্ৰ মাদ্ৰাছা দাৰুল উলুম (ভাংনামাৰী), কেকানকুছিৰ ১৫তম্ বার্ষিকী উপলক্ষে অহা ১৭/১২/২০২১ ইং শুকুৰবাৰে প্ৰতি বছৰৰ দৰে এইবাৰো ইছলামীক ভাৱ গম্ভীৰতাৰ সহিতে বার্ষিক ওৱাজ মেহফিল উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷
উক্ত ওৱাজ মেহফিলত আপোনাক আন্তৰিকতাৰে নিমন্ত্ৰণ কৰা হ'ল। আল্লাহ পাক নিজ অপাৰ ক’ৰনাত ইছলামেৰ এক উজ্জ্বল বুনিয়াদি ছদকায়ে জাৰিয়া মাদ্ৰাছা দাৰুল উলুম (ভাংনামাৰী), কেকানকুছিখন স্বমহিমাই জীয়াই ৰাখুন আৰু নেক মকছুদে আমালোকক এই দ্বীনি প্রতিষ্ঠানখনেৰ বাবে সৰ্বশক্তিমান আল্লাহৰ ওচৰত দোৱা ও ওয়াজ মেহফিলত উপস্থিত হৈ নিজ নিজ সামর্থ্য অনুযায়ী সহায়-সহযোগিতা আগবঢ়াৰ তৌফিক দান কৰক—আমীন!