বিধায়ক শ্বেৰমান আলীৰ জামিন লাভ

 12/06/2021 - 18:45
 
 
নিউজ ডেস্কঃ জামিন লাভ কৰিলে বিধায়ক শ্বেৰমান আলীয়ে। গীতানগৰ থানাৰ গোচৰত জামিন লাভ।কাৰাগাৰৰ পৰা ওলোৱাৰ পথ প্ৰশস্ত হ’ল বিধায়কগৰাকীৰ। কামৰূপ চি জে এম আদালতে জামিন প্ৰদান কৰিলে বিধায়ক শ্বেৰমানক।পূৰ্বে ২ টা গোচৰত জামিন লাভ কৰিছিল শ্বেৰমানে। তিনিওটা গোচৰতে জামিন লাভ কৰাৰ পিছতে শ্বাৰমান আলীৰ কাৰাগাৰৰ পৰা বাহিৰলৈ অহাৰ পথ মুকলি।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।