বিপিন ৰাৱাটৰ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰৰ ব্লেক বক্স উদ্ধাৰ

 12/09/2021 - 14:10
 
 
নিউজ ডেস্কঃ বিপিন ৰাৱাটৰ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰ Mi-17V-5 ব্লেক বক্স উদ্ধাৰ। তামিলনাডু আৰু কৰ্ণাটক সীমান্তৰ কুন্নুৰ জিলাত সংঘটিত দুৰ্ঘটনাস্থলীত উদ্ধাৰ হয় হেলিকপ্টাৰখনৰ ব্লেকবক্স। বায়ুসেনাৰ তদন্তকাৰী দলে উদ্ধাৰ কৰে ব্লেক বক্সটো। ব্লেক বক্সৰ পৰা পোহৰলৈ আহিব দুৰ্ঘটনাৰ প্ৰকৃত ৰহস্য।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।