আগন্তুক বৰ্ষত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ

 12/12/2021 - 19:50
 
 
নিউজ ডেস্কঃ আগন্তুক বৰ্ষত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ। গুণোৎসৱৰ পৰীক্ষা আৰু মূল্যাংকন পদ্ধতি অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ মুখ্যমন্ত্ৰীৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।