ইণ্ডোনেছিয়াৰ ফ্ল’ৰচ দ্বীপত প্ৰবল ভূমিকম্প

 12/14/2021 - 13:21
 
 
নিউজ ডেস্কঃ ইণ্ডোনেছিয়াৰ ফ্ল’ৰচ দ্বীপত প্ৰবল ভূমিকম্প। ৰিখতাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৭.৭ ইতিমধ্যে ছুনামি এলাৰ্ট জাৰি ইণ্ডোনেছিয়াত।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।