12/14/2021 - 15:53
in
নিউজ ডেস্কঃ মুছলপুৰত গুৰুত্বপূর্ণ মন্তব্য মন্ত্রী পীয়ূষ হাজৰিকাৰ। পৰ্টেল সংবাদ গোষ্ঠী সমূহ হৈ উঠিছে এতিয়া ৰজা। শীঘ্ৰেই এনে সংবাদ গোষ্ঠীসমূহ নিয়ন্ত্ৰণ কৰা হ’ব। কাৰোবাক স্বাধীনতাত চৰকাৰে হস্তক্ষেপ নকৰে। ‘হকে বিহকে পৰ্টেল খুলি মানহানি কৰা কাম সহ্য কৰা নহ’ব।