মৰিগাঁৱত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ধৰ্ণা কাৰ্যসূচী

 12/15/2021 - 14:54
 
 
মৰিগাঁওঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত পুনৰ প্রতিবাদ গৰজি উঠিল অসমত। সমগ্র অসমজুৰি নাগৰিকত্ব আইন বাতিলৰ দাবীত তীব্র প্রতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ। সমান্তৰালকৈ কেন্দ্রীয় সমিতি আহ্বান মর্মে মৰিগাঁও জিলা যুৱ ছাত্র পৰিষদে উপায়ুক্ত কার্য্যালয় সন্মুখত তীব্র প্রতিবাদ সাৱস্ত্য কৰে। অৱশেষত মৰিগাঁও জিলা নিৰ্বাচনী আয়ুক্ত জৰিয়তে ভাৰতৰ মাননীয় ৰাষ্ট্রপতি মহোদয়লৈ এখনি স্মাৰক পত্র প্রেৰণ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।