12/15/2021 - 15:34
in
বিহালীঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিশ্বনাথ জিলা সমিতিৰ ধৰ্ণা কাৰ্যসূচী। নাগৰিকত্ব সংশোধনী আইন (কা) বাতিলৰ দাবীত বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই ধৰ্ণা কাৰ্যসূচী। কা’ আমি নামানো, মোদী চৰকাৰ মূৰ্দাবাদ আদি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান প্ৰদৰ্শন কৰি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে।