প্রধানমন্ত্রীলৈ ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান

 12/17/2021 - 13:50
 
 
 
নিউজ ডেস্কঃ প্রধানমন্ত্রী মোদীলৈ ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান। ভূটানলৈ বিভিন্ন সময়ত আগবঢ়োৱা সহায়ৰ বাবে, ভেকচিন আৰু অন্যান্য সাহায্যৰ স্বীকৃতিস্বৰূপে অসামৰিক সন্মান।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।