যোৱা ২৪ ঘণ্টাত দেশত ৬৬৫০ জন কৰ’ণাত আক্ৰান্ত

 12/24/2021 - 16:37
 
 
নিউজ ডেস্কঃ ভাৰতত পুনৰ কৰ’ণাত আক্ৰান্ত ৬৬৫০ জন। মৃত্যু হৈছে ৩৭৪জন। যোৱা ২৪ ঘন্টাত দেশত সুস্থ হৈছে ৭০৫১জন লোক।ইফালে, দেশত অমিক্ৰ’নত আক্ৰান্তৰ সংখ্যা ৩৫৮জনলৈ বৃদ্ধি।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।