আজি পৱিত্ৰ বৰদিন, গোলাপ ফুলেৰে বালিচৰত কোনে নিৰ্মাণ কৰিলে বিশাল চান্টাক্লজ...

 12/25/2021 - 13:16
 
 
নিউজ ডেস্কঃ আজি পৱিত্ৰ বৰদিন। বৰদিনৰ সৈতে সংগতি ৰাখি ওড়িশাত এগৰাকী শিল্পীয়ে নিৰ্মাণ কৰিছে ৫০ফুট দৈৰ্ঘৰ আৰু ২৮ফুটৰ এক সুবিশাল চান্টা ক্লজ। বালিচৰত ভিন্ন ৰঙীৰ ফুলেৰে নিৰ্মাণ কৰা এই চান্টাক নিৰ্মাণ কৰা হৈছে পুৰীত। প্ৰায় ৫৪০০পাহ গোলাপ ফুলৰ লগতে অন্য ভিন্ন ৰঙৰ ফুলেৰে নিৰ্মাণ কৰা এই চান্টাই সংবাদ শিৰোনাম দখল কৰিছে। সুদৰ্শন পাটনায়ক নামৰ লোকজনে এই বিশেষ চান্টাক নিৰ্মাণ কৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।