পুনৰ দুৰ্ঘটনাগ্ৰস্থ ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান

 12/25/2021 - 14:00
 
 
নিউজ ডেস্কঃ শুকুৰবাৰে নিশা ৮.৩০বজাত ৰাজস্থানত দুৰ্ঘটনাত পতিত হৈছে মিগ-২১ বিমানখন। পুনৰ দুৰ্ঘটনাগ্ৰস্থ ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান। দুৰ্ঘটনাত মৃত্যু পাইলটগৰাকী। দুৰ্ঘটনাত নিহত উইং কামাণ্ডাৰ হৰচিত সিনহা। দুৰ্ঘটনাৰ সন্দৰ্ভত টুইটাৰযোগে সদৰি কৰিছে বায়ু সেনাই।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।