দেশৰ ১৭খন ৰাজ্যলৈ বিয়পি পৰিছে অমিক্ৰ’ণৰ সংক্ৰমণ

 12/26/2021 - 13:38
 
নিউজ ডেস্কঃ দেশৰ ১৭খন ৰাজ্যলৈ বিয়পি পৰিছে অমিক্ৰ’ণৰ সংক্ৰমণ। অমিক্ৰ’ণত আক্ৰান্তৰ সংখ্যা ৪২২গৰাকীলৈ বৃদ্ধি৷ ১৭০গৰাকীকৈ ৰোগী এই অমিক্ৰ’ণৰ পৰা মুক্ত হৈ ঘৰলৈ উভতিছে। বিগত ২৪ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৬হাজাৰ ৯৮৭গৰাকীকৈ লোক। ৭হাজাৰ ৯১গৰাকী ৰোগী এই সময়চোৱাত সুস্থ হৈ ঘৰলৈ উভতিছে। এই সময়চোৱাত ১৬২গৰাকীকৈ ৰোগীৰ মৃত্যু হৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।