যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহ

 12/26/2021 - 17:07
 
 
যোৰহাটঃ ৬০টা বসন্তত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়৷পালন কৰা হ'ল হীৰক জয়ন্তী সমাৰোহ৷আজি এই সমাৰোহত উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰনোজ পেগু,সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু গহপুৰ সমষ্টি বিধায়ক উৎপল বৰাৰ৷ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু কাৰিকৰী শিক্ষা লগতে শিক্ষা গুৰত্ব ইয়াৰ ওপৰত ভাষণ প্ৰদান কৰে শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে৷নতুন S.O.P. ৰাজ্যত প্ৰকাশ পালেও শিক্ষা প্ৰতিষ্ঠান বন্ধ নহয়৷শিক্ষা বিভাগত এতিয়া বহু কাম কৰিবলৈ বাকী আছে আৰু কামবোৰ  খৰতকীয়  কৰিব লাগিব
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।