IPS বিষয়া ভায়’লেট বৰুৱাক IGPৰূপে পদোন্নতি

 12/27/2021 - 18:53
 
 
 
নিউজ ডেস্কঃ IPS বিষয়া ভায়’লেট বৰুৱাক IGPৰূপে পদোন্নতি। অসমৰ প্ৰথমগৰাকী মহিলা IGP হ'ল ভায়’লেট বৰুৱা। ২০০৫ বেটচৰ অসম-মেঘালয় কেডাৰৰ IPS বিষয়া ভায়’লেট বৰুৱা। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।