আজমল ফাউণ্ডেচনৰ মহানুভৱতাঃ দৰিদ্ৰলোকৰ মাজত বিতৰণ কৰিলে কম্বল

 12/28/2021 - 12:08
 
 
 
 
কামপূৰঃ অন্ন বস্ত্ৰ মহান দান। এই কামকে কৰিলে আজমল ফাউণ্ডেচনে। প্ৰচণ্ড শীতৰ পৰিত্ৰান পাবলৈ দুখীয়া দৰিদ্ৰ অক্ষম ব্যক্তিৰ মাজত বিতৰণ কৰিলে কম্বল। উল্লেখ্য যে কচুৱাৰ লংজাপ; চানখোলা; মাধৱপাৰা আদি পঞ্চায়তৰ সহস্ৰাধিক লোকৰ মাজত আজমল ফাউণ্ডেচনে একোখনকৈ কম্বল বিতৰণ কৰে। এই কাৰ্যসূচীত আজমল ফাউণ্ডেচনৰ হৈ উপস্থিত থাকে মৌলানা ইছমাইল হোছেইন, আতাবুৰ ৰহমান, তাফাজুল হুছেইন, খলিলুৰ ৰহমান, মুফতি আব্দুল হান্না আদি উপস্থিত আছিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.