সৰুপথাৰৰ টেঙাবাৰী বাপ্তিষ্ট মণ্ডলীৰ শতবর্ষ মহোৎসৱ উদযাপন

 12/30/2021 - 16:42
 
 
সৰুপথাৰঃ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ টেঙাবাৰীত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বাপ্তিষ্ট মণ্ডলীৰ শত বাৰ্ষিকী‌ মহোৎসৱ উদযাপন কৰা হৈছে। বৃহস্পতিবাৰে অনুষ্ঠিত প্রথম দিনাৰ কাৰ্যসূচী হিচাপে পুৱা ৮বজাত পতাকা উত্তোলন, স্মৃতি সৌধ উন্মোচন কৰা হয়। পতাকা উত্তোলনৰ পাছতে বিশাল শোভাযাত্রা কৰি দিনযোৰা কাৰ্যসূচীৰ মহোৎসৱ পালন কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।