দক্ষিণ আফ্ৰিকা V/S ভাৰত

 06/05/2019 - 16:33

ডিজিটেল ডেস্কঃ বিশ্বকাপ ক্ৰিকেটত আজি মুখামুখি হৈছে দক্ষিণ আফ্ৰিকা আৰু ভাৰত।

টচত জিকি দক্ষিণ আফ্ৰিকাই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।