বছৰৰ পহিলা দিনটোত অজস্ৰ বনভোজ দলৰ সমাৱেশ বৰভাগৰ সোনকুৰিহাৰ ঐতিহাসিক ভাংৰা গোঁসাই থানত

 01/01/2022 - 17:57
 
 
বাহাৰঘাটঃ অজস্ৰ ভক্তপ্ৰাণ ৰাইজেও বন্তি জ্বলাই আশিস ললে মহাদেৱৰ৷ শতসহস্ৰাধিক পুৰুষ-মহিলাৰ সমাৱেশত উদুলি-মুদুলি থান চৌহদ৷
পাগলাদিয়াৰ পাৰৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশত অৱস্থিত উক্ত ঐতিহাসিক থানখন৷ দুৰ্ভাগ্যজনক কথা যে থান চৌহদত থকা শিশু উদ্যানখনৰ অৱস্থা হাবি-জংঘলে আৱৰি পুতৌজনক কৰিছে৷ থান পৰিচালনা সমিতিক পৰিস্কাৰ পৰিচন্ন কৰাৰ বাবে আহ্বান গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি চন্দন কলিতাৰ৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।