01/03/2022 - 12:56
in
বোকাজানঃ আৰক্ষী থানাৰ ৫০০ মিটাৰ দূৰত্বতে চোৰৰ চাফাই অভিযান৷ ইফালে ৰাজ্যত নিশা চলি আছে সান্ধ্য আইন৷ সান্ধ্য আইনৰ মাজতেই বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত শান্তিপুৰত মবাইৰ দুকান আৰু হোটেলত চুৰি কাৰ্য। দোকানৰ জাপ ভাঙি চোৰে লৈ গ’ল মোবাইলকে ধৰি ইলেক্ট্ৰনিক সামগ্ৰী৷ দুই তিনিমাহৰ অন্তৰে অন্তৰে সংঘটিত হোৱাত ব্যৱসায়ীসকল চিন্তিত হৈ পৰিছে৷ বৰপথাৰ আৰক্ষী থানাৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ তাৎক্ষণিকভাৱে চোৰ ধৰাৰ আশ্বাস প্ৰদান৷