লামডিঙত বিশ্ব পৰিৱেশ দিৱস উদযাপন

 06/05/2019 - 17:27

লামডিং: সমগ্র দেশৰ লগতে আজি লামডিং আঞ্চলিক বন কার্যালয়ৰ উদ্যোগত বিনামূলীয়া গছ পুলি বিতৰণ কৰা হয়। হোজাই জিলাৰ লামডিঙৰ বিভিন্ন স্থানত বিশ্ব পৰিৱেশ দিৱস পালন কৰা পৰিলক্ষিত হয়৷ আজি পুৱাৰে পৰা বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়।

লামডিং বন বিভাগৰ ফালৰ পৰা বিভিন্ন স্কুলত দুই শতাধিক অধিক গছ পুলি বিতৰণ কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।