by PratibimbaLive 01/06/2022 - 18:10 in দেশ 0 Comment নিউজ ডেস্কঃ আজি 'মিষ্টাৰ বিন'খ্যাত প্রসিদ্ধ অভিনেতা ৰোৱান এটিকনচনৰ জন্মদিন। কোনো কথা নোকোৱাকৈয়ে বিশ্বক হহুৱা অভিনেতাজনক জন্মদিনৰ শুভেচ্ছা জনালোঁ। প্ৰতিবিম্ব লাইভ 'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।