বঙাইগাঁৱত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪৩ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন

 01/06/2022 - 19:06
 
 
অভয়াপুৰীঃ তিনিদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱত অনুষ্ঠিত হ’ব অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪৩সংখ্যক ৰাজ্যিক অধিৱেশন
তাৰ বাবেই এতিয়া ব্যস্ত বঙাইগাঁৱৰ শিক্ষক সমাজ তথা প্ৰাথমিক শিক্ষক সন্মিলনীৰ নেতৃত্ব। ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আদৰণি সমিতিয়ে।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।