01/12/2022 - 12:37
in
নিউজ ডেস্কঃ ক’ভিডত আক্ৰান্ত হ’ল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। গাডকাৰীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পিছতে তেওঁ নিজকে পৃথক কৰি ৰাখিছে। কেন্দ্ৰীয় পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীগৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ক’ভিড পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে।