শীঘ্ৰে গুৱাহাটীৰ এটা পথ লাভলীনাৰ নামত নামকৰণ কৰা হ'ব- মুখ্যমন্ত্ৰী

 01/12/2022 - 13:50
 
 
নিউজ ডেস্কঃ শীঘ্ৰে গুৱাহাটীৰ এটা পথ লাভলীনাৰ নামত নামকৰণ কৰা হ'ব৷ এইয়া মুখ্যমন্ত্ৰীৰ মন্তব্য৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।