অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী ক’ৰণাত আক্ৰান্ত

 01/13/2022 - 12:37
 
 
নিউজ ডেস্কঃ অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী ক’ৰণাত আক্ৰান্ত। ইতিমধ্যে তেওঁক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত। এপ’ল হাস্পতালত ভৰ্তি কৰা হৈছে ৰাজ্যপাল গৰাকীক।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।