ৰাজ্যত পুনৰ ২৪৭৪১৭ জন ক’ৰণাত আক্ৰান্ত, ৩৮০জনৰ মৃত্যু

 01/13/2022 - 13:08
 
 
নিউজ ডেস্কঃ ৰাজ্যত পুনৰ ২৪৭৪১৭ জন ক’ৰণাত আক্ৰান্ত। যোৱা ২৪ ঘণ্টাত ভাৰতত সুস্থ হয় ৮৪৮২৫জন লোক। এতিয়াও দেশত ক’ৰণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১১১৭৫৩১জন ৰোগী। যোৱা ২৪ ঘণ্টাত দেশত ক’ৰণাত আক্ৰান্ত ৩৮০ জনৰ মৃত্যু হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।