ৰামপুৰ চকৰ বিশিষ্ট ব্যৱসায়ী আব্দুল হাতেমৰ মৃত্যু

 01/17/2022 - 13:25
 
 
 
নিউজ ডেস্কঃ ৰামপুৰ চকৰ বিশিষ্ট ব্যৱসায়ী তথা লছিমা গাঁৱৰ বিশিষ্ট সমাজ সেৱক আব্দুল হাতেমৰ দেওবাৰে সন্ধিয়া গুৱাহাটীস্থিত হেলথ চিটি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত পত্নী আৰু পুত্ৰক এই সংসাৰত এৰি থৈ যায়। তেখেতৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।