01/17/2022 - 17:20
in
নলবাৰীঃ ড০ প্ৰকাশ বৰ্মন, ড০ মঞ্জুৰ আলম, ড০ জেচমিন আহমেদ, ড০ দীক্ষিতা মেধি, ফাৰ্মাচিষ্ট আজিজুৰ ৰহমান, নাৰ্ছ নামিতা মেধি আৰু ৱাৰ্ড গাৰ্ল কমলা দাস ক’ভিডত আক্ৰান্ত। মুকালমুৱা মহকুমা চিকিৎসা বিষয়া ড০ চক্ৰধৰ বৰ্মনে ৰাইজক সজাগ সচেতন হোৱাৰ আহ্বান জনাই।