প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰ ঘোষণাঃ ইণ্ডিয়া গে'টত নিৰ্মাণ কৰা হ'ব নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি

 01/21/2022 - 16:19
 
 
নিউজ ডেস্কঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰ ঘোষণা।দিল্লীৰ ইণ্ডিয়া গেটত নিৰ্মাণ হ'ব নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্রতিমূর্তি।টুইট কৰি ঘোষণা কৰিলে প্রধানমন্ত্রীয়ে। নেতাজীৰ ১২৫তম জন্মজয়ন্তী উপলক্ষে প্রতিমূর্তি নিৰ্মাণৰ সিদ্ধান্ত।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।