অসমৰ ভিন্ন প্ৰান্তত ভূমিকম্পৰ জোকাৰণি

 01/21/2022 - 17:44
 
 
নিউজ ডেস্কঃ অসমৰ ভিন্ন প্ৰান্তত ভূমিকম্পৰ জোকাৰণি। ৩.৪৩ ত ভূমিকম্পৰ জোকাৰণি। এই ভূমিকম্পৰ উৎপত্তিস্থল ভাৰত ম্যানমাৰ সীমান্তত।৩.৪৪ ৰিখটাৰ স্কেল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।