মুম্বাইত ভয়ংকৰ অগ্নিকাণ্ডঃ দুজন নিহত

 01/22/2022 - 13:42
 
 
নিউজ ডেস্কঃ মুম্বাইৰ তাৰদেৱ এলেকাত ভয়ংকৰ অগ্নিকাণ্ড। এটা অট্টালিকাৰ ২০নং মহলাত এই অগ্নিকাণ্ড। কমলা এৰ্পাটমেন্টৰ এই অগ্নিকাণ্ডৰ ফলত ২ গৰাকী লোকৰ মৃত্যু। ১৫গৰাকীৰো অধিক লোক আহত।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।