আজি ২৩ জানুৱাৰী, নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্মজয়ন্তী

 01/23/2022 - 12:55
 
 
চাপৰঃ আজি ২৩ জানুৱাৰী, দেশৰ মহান দেশপ্ৰেমিক নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্মজয়ন্তী। আজিৰ এই বিশেষ দিনটোতে সমগ্ৰ দেশজুৰি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী উদযাপন। নেতাজীৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি চাপৰত ৰাতিপুৱা নেতাজীৰ অৱক্ষয় মূৰ্তিত মাল্যাৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্যসূচী।
 
নেতাজীৰ জন্মদিন উপলক্ষে চাপৰত স্মৃতি চাৰণ সভা অনুষ্ঠিত কৰি নেতাজীক শ্ৰদ্ধাৰে সুঁৱৰে চাপৰবাসীয়ে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে চাপৰৰ চক্ৰ বিষয়া, চাপৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। আজিৰ এই বিশেষ দিনটো পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।