কঠিয়াতলীত নেতাজীৰ জন্মজয়ন্তী উদযাপন

 01/23/2022 - 17:09
 
 
 
কামপুৰঃ শশী প্ৰভা কলা কেন্দ্ৰ কঠিয়াতলীৰ উদ্যোগত আজি নেতাজীৰ ১২৫ তম জন্মজয়ন্তী উদযাপন কৰা হয়। নেতাজী আদৰ্শক নৱ প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ লগতে নৱপ্ৰজন্মৰ মাজত দেশপ্ৰেম ভাৱ জাগৃত কৰাৰ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত কৰা এই অনুষ্ঠানটোত কঠিয়াতলী অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।