নগাঁৱৰ এনকাউণ্টাৰৰ তদন্তৰ বাবে নগাঁও সদৰ থানাত উপস্থিত জি পি সিং

 01/23/2022 - 18:12
 
 
নিউজ ডেস্কঃ নগাঁৱৰ এনকাউণ্টাৰৰ তদন্তৰ বাবে নগাঁও সদৰ থানাত উপস্থিত জি পি সিং। SI প্ৰদীপ বণিয়াক কৰিছে সোধা-পোছা৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।