01/24/2022 - 14:07
in
নিউজ ডেস্কঃ APSC পৰীক্ষা সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। APSC পৰীক্ষাত বাধ্যতামূলক নহয় অসমীয়া ভাষাৰ কাকত। উচ্চ ন্যায়ালয়ে দিলে এই ৰায়দান। লেখ আবেদনৰ সমাপ্তি নোহোৱালৈ দিব নোৱাৰিব নিযুক্তি।