বগৰী খেতিৰে স্বাৱলম্বী গোৱালপাৰাৰ জলেশ্বৰৰ ৰাজমিতা গাঁৱৰ এজন শিক্ষিত যুৱক

 01/24/2022 - 17:45
 
 
লক্ষীপুৰঃ চৰকাৰী চাকৰিৰ আশা নকৰি, নিজ পৰিশ্ৰম আৰু গাঁঠিৰ ধন খৰচ কৰি এনেদৰে প্ৰায় আঠ বিঘা ভূমিত কাশ্মীৰি আপেল, বগৰী খেতি কৰি স্বাৱলম্বীৰ বাট মুকলি কৰিলৈ সক্ষম হৈছে গোৱালপাৰাৰ জলেশ্বৰৰ ৰাজমিতা গাঁৱৰ আশ্ৰাফুল হ'ক নামৰ শিক্ষিত যুৱক গৰাকীয়ে। 
 
ইতিমধ্যেই কেইবালাখ টকাৰ বগৰি বিক্রী কৰাৰ উপৰিও ১০ পৰা ১৫ লাখ টকাৰ বগৰী আৰু বিক্রি কৰিবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিয়ে। লগতে চৰকাৰৰ সুবিধা পালে আৰু অধিক উন্নতভাৱে খেতি কৰি নিজৰ লগতে আনকো কৰ্ম সংস্থাপন দিব পাৰিব বুলি সদৰি কৰে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।