গহপুৰৰ বিভিন্ন স্থানত গণৰাজ্য দিৱস উদযাপন

 01/26/2022 - 14:49
 
  
 
   গহপুৰঃ আজি গণৰাজ্য দিৱস উপলক্ষে সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিছে এই পবিত্ৰ দিৱসটি। ক’ভিড মহামাৰী দৈনিক সংক্ৰমণ বৃদ্ধি হোৱাত কোনো স্থানত ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা হোৱা নাই সাংস্কৃতিক অনুষ্ঠান। ইয়াৰ পৰিপেক্ষিতত আমাৰ গহপুৰৰ ব্যতিক্ৰম নহয়।ঐতিসাহিক শ্বহীদ নগৰী গহপুৰৰ লগতে গহপুৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বালিজান সংগীত বিদ্যালয়ত ক’ভিডৰ সকলো নীতি-নিদেৰ্শনা পালন কৰি অনুষ্টুপীয়াকৈ ছাত্ৰীসকলে দেশপ্ৰেমমূলক গীত, নৃত্য প্ৰদৰ্শন কৰি পৱিত্ৰ দিৱসটি উদযাপন কৰে।
  
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।